Showing posts from December, 2020

অসমীয়া সমাজ জীৱনত শংকৰদেৱৰ প্ৰভাৱ~আধ্যাত্মিক-সাৰঙ্গ সৰ্বানন্দ নেওঁগ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ অসমীয়া সাহিত্য সংস্কৃতিৰ জনক । যাৰ অবিহনে অসমীয়া সভ্যতাই বাট নেদেখে । অসমীয়া সম…

মন্দাকিনীৰ জোৰোণ-অলকেশ কাকতি

ধলপুৱাতেই উঠিবি দেই মন্দাকিনী  উঠিয়েই সূৰুয দেৱতাক স্মৰণ কৰিবি, সপিবি ইশ্বৰতেই সকলোটি ধলপুৱাতেই উঠিবি দেই …

প্ৰতাৰণা-ছাইফুদ্দিন আহমেদ

তুমি কৰা প্ৰতাৰণাৰ কাৰণে দুখ মই কৰা নাই ; আছোঁ অকলশৰে জীয়াই তোমাৰেই স্মৃতি বুটলি, নিৰৱধি অশ্ৰুৰ নিমজ বেদনাব…

প্ৰিয় ৰঙ নীলা-প্ৰণৱ চক্ৰৱৰ্তী

নীলা ভেদি গৰজি উঠে আকাশে, ভয়ত উচুপে পৃথিৱী কচুপাতৰ আঁৰত লুকাবলৈ ৰৈ থাকে কোনোবা ৷ নীলা ভেদি বৰষুণ নামে, বিজু…

বিদায় ২০২০-বাণীকান্ত লহকৰ

মৃত্যুৰ সিপাৰৰ ক্ৰন্দনত তিতি গৈছে বৌদ্ধৰ অশৰীৰি আত্মা বোধিদ্ৰুম বিছাৰি বট বৃক্ষৰ পলায়ন বছৰটোৰ শেষৰ দিনত অত…

নীলা খামৰ চিঠি-জহিৰুল ইছলাম

"জীৱন মানেই মিছা সপোনৰ এক মায়াৱী ঘৰ যি মনে নিবিচাৰিলেও সময়ত সমাধিস্থ হ'ব অতীত পৃষ্ঠাত নীৰৱে।&quo…

ফাম্বল-২০২১-আকাশ দাস

খিৰিকীত নিৰ্বাচন মিথ্যাচাৰ পাচন শান্তক দমন, দুষ্টক পালন। কিনো সাম্প্ৰতিক, কিয়েই বা অতীত! বগা কুৰ্তা, হালধীয়…

আধৰুৱা-অমৰ নায়ক

কৃষ্ণচূড়া ফুলাৰ বতৰত   হৃদয় পথাৰত চিৰাল ফটাৰ ৰেখাবোৰে মানচিত্ৰ অংকন কৰিছে বিস্বাসঘাটকতাৰ সূত্ৰ লৈ। অযুত হেপ…

মোক বচোৱা -দেৱশ্ৰী ওজা বৰা

মোক বচোৱা , মই ডাইনী নহয় ৷ কেইজনমান নৰপিশাচৰ বাবে , তোমালোকে মোক ডাইনী নবনাবা ৷ মোক যে ডাঠ জংঘলখনলৈ নি , নৰ…

অভিমান-সুমন্ত নায়ক

সেই দিনাও আহিছিল বসন্ত,  তুমি আহিবা বুলি,  বুকুত আছিল ভাল পোৱা অফুৰন্ত।  তুমি আহিবা বুলি,  আনিছিলোঁ ফুল গোল…

এগৰাকী স্বভিমানী নাৰীৰ উদাত্ত কণ্ঠ~প্ৰবন্ধ-প্ৰিয়ংকা গায়ন

স্বাধীন নে মই?মই শোষিত,বঞ্চিত,ধৰ্ষিত, নিয়ন্ত্ৰিত। সমাজে মোক চিনাকি দিয়ে এনেদৰে।কিন্তু,সমাজৰ সেই মহান ব্যক্ত…

সময়ৰ মহিমা-কানন বৰুৱা

সময়ৰ মহিমা অপাৰ নাই কোনো পাৰাপাৰ আহে সময় যায় সময় সময়ে গঢ়ে জীৱন  বান্ধে সেউজবুলীয়া আলি ৰং ৰূপ ৰসেৰে ভৰা এটি …

প্ৰতিশ্ৰুতি-পৰাগ প্ৰিয়ম

হে নাৰী  প্ৰেমৰ সুগন্ধী পথত  পখীৰ গীতৰ তালে তালে  তােলা তুমি নূপুৰৰ ধ্বনি......, জীপাল হৈ পৰক  আমাৰ ভালপোৱা…

সপোনৰ ৰাতি-হুমায়ুন কবিৰ

প্ৰিয়তমা! তুমি জানানে আজি কোন ৰাতি?? আজি আমাৰ সেই সপোনৰ ৰাতি, যাৰ অপেক্ষাত আমি আপোন পাহৰা হৈ আছিলোঁ। আজি স…

বিশ্বাসঘাতক~গল্প-জহিৰুল ইছলাম

এইকেইদিন ৰহিম মাষ্টাৰৰ ব্যস্ততাৰ ওৰ নপৰা অৱস্থা। একমাত্ৰ ছোৱালীজনীক বহিঃৰাজ্যৰ পৰা ডাক্তৰ বনাই আনিবলৈ ইতিমধ…

হিতাধিকাৰী-ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

আপোনালোকে দলিয়াই দিয়া টোপ্ গিলি গিলি আমিবোৰ এতিয়া নোদোকা প্ৰাণী, অভাৱবোৰ কেইদিনমানৰ বাবে এতিয়া আমাৰ অচিনাকী…

নৱজীৱন~অণুগল্প-ৰিতুল মণি দাস

'বৈভৱী' ক মানুহ বোৰে পাগলী বুলি ক'বলৈ অকণো কুণ্ঠাবোধ নকৰে। হয়, তাই অলপ মানসিকভাৱে দুৰ্বল, তথাপি…

সূৰুযমুখী সপোন-ৰুনু শৰ্মা

বহুদিন বহুবছৰ পাৰ হৈ গ'ল, সপোন এটাক  বান্ধি থোৱা,  এটা এটাকৈ বহুত সপোনে খুন্দিয়াইছিল        মোৰ ঠুনুকা …

শীতৰ জুহাল-দুলুমণি গগৈ

শীতৰ জুহালত কথাৰ পাগ উঠে, শীতৰ জুহালত মৰমবোৰে প্ৰাণ পায়। আইতাৰ এলান্ধুকলীয়া জুহালতে  শীতৰ আগমনে পাতে কত&#…

যৌতুক~অনুভৱ-ললিতা হাজৰিকা

বৰ্ষাই ধৰিত্ৰীক হেঁপাহ পলুৱাই ধুই নিকা কৰিলে । সেউজী শৰৎ ঋতুৰ আগমনৰ লগে লগে কাৰোবাৰ বিবাহ উপযুক্ত পাহুবাল …

উচৰ্গা-ছাইফুদ্দিন আহমেদ

আমি বিশ্বৰ দুৱাৰত উচৰ্গা কৰিছোঁ, নিজৰ ভাষা সংস্কৃতি অহোপুৰুষাৰ্থ কৰিছোঁ অসমীয়া জাতীয় জীৱনৰ লগতে ভাষা সংস্কৃ…

আমি স্বাধীন জানো-হিৰণ্য ডেকা

আজি আমি স্বাধীন দেশৰ গীত গাব পাৰিছোঁ। কিন্তু .... কিমান স্বাধীন আমি! নাই আজি আমাৰ ইংৰাজ শাসন, নাই সেইসকল ইং…

এবাৰ চাই যাবাহি-দেৱজিৎ দাস

তোমাক লগ পোৱা সেই মধুৰ সময়কণৰ কথা মনত পৰিলে  বৰকৈ বিষায় মোৰ বুকুখন চাৰিটি নয়নত যে লাজৰ ঢৌ  উঠিছিল …

জীৱন আধৰুৱা-বিনিতা বৰা

চকুৰ আগতে     চিলনীয়ে থপিওৱাদি              থপিয়াই লৈ যায়                    তেওঁ মোৰ তেজাল …

নীলা খামৰ চিঠি-হিৰণ্যময়ী বৰুৱা

প্ৰতি, বাস্তৱলৈ মৰমৰ বাস্তৱ প্ৰীতিভৰা স্নেহ গ্ৰহণ কৰিবা। তুমি ঠিকে আছানে ?শৈশৱৰ দিনবোৰলৈ মোৰ বাৰুকৈয়ে মনত প…

বংশ~অণুগল্প-মমী কুর্মি

কেন্সাৰে জীৱন শেষ কৰে কিন্তু ক্লীৱত্ব‌ই বংশানুক্ৰম ছিন্ন কৰি দিয়ে । ✍️মমী কুর্মি বোকাখাত

বিষাদ প্ৰেম গাথাঁ-বিতুল কুৰ্মি

মই ৰৈ থাকিম জানা, তুমি যোৱা বাটতেই, তোমাকে বিদায় দিবলৈ, তোমাৰ শিৰৰ সেন্দুৰ কনৰ ৰং চাবলৈ, যাওঁ বুলি নকবা দেই…

দয়া মমতা-ৰাজদ্বীপ শইকীয়া

এই সংসাৰত দয়া মমতা নোহোৱা হ'ল নেকি ? আজিৰ সভ্য সমাজত  মানুহ দিনক দিনে ইমান তললৈ নামি গৈছে । এটা সৰু কথা…

এটি কবিতা-সুমন্ত নায়ক

এটি কবিতা মই কবি নহয় , কিন্তু মনে মনে জন্ম হোৱা  অজ্ঞাত অনুভূতিৰ প্ৰকাশক ,  মোৰ শব্দবোৰ মিলনয়ুক্ত সমুজ্জ্বল…

যাত্ৰা-অনুপম হাতীমূৰীয়া

ওঁঠ ৰঙৰ আকাশখন খেদি খেদি  নামি আহে আন্ধাৰৰ নৈ ক্ৰমশ: টোপনিত ঢলি পৰে মোৰ চৌপাশ আৰু মই জপিয়াই পৰোঁ সেই আন্ধাৰ…

Load More That is All