সপোন সম্পৰ্কে কেইটামান মহৎলোকৰ বাণী

Rinku Rajowar
0
(১) "আমাৰ সকলোৰে সপোনবোৰ সঁচা হব পাৰে,যদিহে আমি এইবোৰ প্ৰকৃতাৰ্থত পূৰ্ণ কৰাৰ সাহস দেখুঁৱাও ।" ------ৱাল্ট ডিজ্নী
(২) "প্ৰতিটো মহান সপোনৰ আৰম্ভণি এজন স্বপ্নদ্ৰষ্টাৰ দ্বাৰা হয় । মনত ৰাখিব,আপোনাৰ ভিতৰতো সেই শক্তি ধৈৰ্য তথা আগ্ৰহ আছে যাৰ দ্বাৰা আপুনি আকাশখন চুব পাৰে,পৃথিৱীখন সলনি কৰিব পাৰে ।"---------- হেৰিয়ট টবমেন
(৩) "প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনটো এনেদৰে যাপন কৰা উচিত যাতে ভৱিষ্যতত কৰবাত নহয় কৰবাত তেওঁৰ সপোন আৰু দিঠকৰ মিলন ঘটে ।"--------------- ভিক্টৰ হিউগ'
(৪) "পৃথিৱীক সপোন দেখিব খোজা ব্যক্তিসকলৰ প্ৰয়োজন আৰু পৃথিৱীক কাম কৰিব খোজা ব্যক্তিসকলৰ প্ৰয়োজন । কিন্তু আতাইতকৈ বেছি প্ৰয়োজন, এনে সপোন দেখিব খোজা ব্যক্তিসকলৰ যি সঁচা অৰ্থত কাম কৰিব খোজে ।"-------------চাৰা বেন ব্ৰেথনেচ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)