নিসংগতা-যুগল কিশোৰ শৰ্মা

©Admin
0
হ'ব নোৱাৰো মই কোনোবা নষ্ট প্ৰেমিক;
নোৱাৰো হ'ব তোমাৰ প্ৰেমত ৰোমিঅ বা জুলিয়েতো হ'ব,
কিন্তু কথা দিব পাৰিম তোমাক নিজতকৈও বেছি মৰম দিবলে!!!
তােমাক মােৰ মনৰ কথা ক'ব লাগিব,
মােৰ ভালপােৱাৰ এটা সচা নাম দিব লাগিব!!
মনৰ কথাবোৰ মনতে ৰাখিলে কলিজাত এদিন বেদনাই বাহ সাজিব,
আৰু কলিজা খন মৰহি যাব..!! 
তেতিয়া মৃত্যুৰ বাহিৰে জানো মোৰ
অন্য পথ থাকিব।
নাজানাে তােমাৰ পছন্দনাে কি?
মই মাথো এটাই জানাে মই
তােমাক সঁচা অন্তৰে ভালপাঁওতেই
জানাে মােৰ প্রস্তাব গ্রহন কৰিবা তুমি!!
কিন্তু তােমাক কম কেনেকৈ
তুমি মোৰ "প্রানৰ প্রতিমা বুলি"
 তােমাৰ কাষলৈ গলে মই কিয় হৈ যাও বাকসিদ্ধ?
সচাকৈ জানা প্রিয়তমা 
মােৰ প্রেম হল একেটা বৃহৎ শব্দ....।

✍️ যুগল কিশোৰ শৰ্মা
     কামৰূপ মহাবিদ্যালয়, চামতা, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)