নিসংগতা-যুগল কিশোৰ শৰ্মা

হ'ব নোৱাৰো মই কোনোবা নষ্ট প্ৰেমিক;
নোৱাৰো হ'ব তোমাৰ প্ৰেমত ৰোমিঅ বা জুলিয়েতো হ'ব,
কিন্তু কথা দিব পাৰিম তোমাক নিজতকৈও বেছি মৰম দিবলে!!!
তােমাক মােৰ মনৰ কথা ক'ব লাগিব,
মােৰ ভালপােৱাৰ এটা সচা নাম দিব লাগিব!!
মনৰ কথাবোৰ মনতে ৰাখিলে কলিজাত এদিন বেদনাই বাহ সাজিব,
আৰু কলিজা খন মৰহি যাব..!! 
তেতিয়া মৃত্যুৰ বাহিৰে জানো মোৰ
অন্য পথ থাকিব।
নাজানাে তােমাৰ পছন্দনাে কি?
মই মাথো এটাই জানাে মই
তােমাক সঁচা অন্তৰে ভালপাঁওতেই
জানাে মােৰ প্রস্তাব গ্রহন কৰিবা তুমি!!
কিন্তু তােমাক কম কেনেকৈ
তুমি মোৰ "প্রানৰ প্রতিমা বুলি"
 তােমাৰ কাষলৈ গলে মই কিয় হৈ যাও বাকসিদ্ধ?
সচাকৈ জানা প্রিয়তমা 
মােৰ প্রেম হল একেটা বৃহৎ শব্দ....।

✍️ যুগল কিশোৰ শৰ্মা
     কামৰূপ মহাবিদ্যালয়, চামতা, নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send