গভীৰতাবোৰ-সাগৰিকা কছাৰী

বুকুৰ মাজত 
প্ৰচণ্ডভাৱে বিষ
আৰু
যন্ত্ৰণা;

দেখুৱাব পৰা নাই মই কাকো 
হৃদয়খনৰ বেদনাবোৰ ৷৷

হেচি ঠেলি থুপাই থোৱা 
মৰমবোৰে 
বাৰুকৈয়ে বিকট চিঞৰ এটা মাৰি কৈছে !
উলিয়াই দিয়া মোক মনৰ পৰা
উশাহ লবলৈ যে বৰ কষ্ট অনুভৱ কৰিছোঁ মই ৷৷ 

✍🏻সাগৰিকা কছাৰী
লোহাৰঘাট কামৰূপ ( অসম)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send