বিশেষ-উৎপল দাস

Rinku Rajowar
0
তেওঁ আমাৰ বাবে বিশেষ, তেওঁৰ কিন্তু আমি বিশেষ নহয় ।

মাত্ৰ দায়িত্ব পালনতে শেষ হয় তেওঁৰ আমাৰ প্ৰতি থকা আনুগত্ব ।

বাৰে বাৰে সমন্ধবোৰ খামোছ মাৰি থাকিব বিছাৰে মিছলিয়া আন্তৰিকতা নথকা মনুহৰ লগত । হয়টো সিহঁতক মিছা অভিনয় কৰাটো বুজি নাপাই ।

নিজৰ কথা নাভাবি অধিক কষ্ট কৰি আনৰ বাবে বিলায় দিয়ো ভাগৰি নপৰে তেওঁ ।

প্ৰত্যেক সময়তে ভগৱান বুলি ভবা মানুহক মৰম দিয়াজনক নাজানে নুবুজে নকয় নিজৰ মনৰ কথা । হয়টো তেওঁ আমাৰ প্ৰতি সন্তুষ্ট নহয় ।

বেলেগৰ উচতনি, অভিনয় বুজি নাপাই মানুহ চিনি নাপায় সিহঁতৰ কথাত ভোল গৈ নিজৰ আপোনবোৰক পাহৰি যায় ।

আনৰ দুখত দুখি হৈ থাকে আপোনজনক পাহৰি যায় ।

তেওঁ আমাৰ বিশেষ, লাগে আমাক তেওঁৰ এষাৰি মাত ।।


         🖋️উৎপল দাস
        বোকাখাত কুৰুৱাবাহী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)