বিশেষ-উৎপল দাস

তেওঁ আমাৰ বাবে বিশেষ, তেওঁৰ কিন্তু আমি বিশেষ নহয় ।

মাত্ৰ দায়িত্ব পালনতে শেষ হয় তেওঁৰ আমাৰ প্ৰতি থকা আনুগত্ব ।

বাৰে বাৰে সমন্ধবোৰ খামোছ মাৰি থাকিব বিছাৰে মিছলিয়া আন্তৰিকতা নথকা মনুহৰ লগত । হয়টো সিহঁতক মিছা অভিনয় কৰাটো বুজি নাপাই ।

নিজৰ কথা নাভাবি অধিক কষ্ট কৰি আনৰ বাবে বিলায় দিয়ো ভাগৰি নপৰে তেওঁ ।

প্ৰত্যেক সময়তে ভগৱান বুলি ভবা মানুহক মৰম দিয়াজনক নাজানে নুবুজে নকয় নিজৰ মনৰ কথা । হয়টো তেওঁ আমাৰ প্ৰতি সন্তুষ্ট নহয় ।

বেলেগৰ উচতনি, অভিনয় বুজি নাপাই মানুহ চিনি নাপায় সিহঁতৰ কথাত ভোল গৈ নিজৰ আপোনবোৰক পাহৰি যায় ।

আনৰ দুখত দুখি হৈ থাকে আপোনজনক পাহৰি যায় ।

তেওঁ আমাৰ বিশেষ, লাগে আমাক তেওঁৰ এষাৰি মাত ।।


         🖋️উৎপল দাস
        বোকাখাত কুৰুৱাবাহী ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send