সপোনৰ কাৰেং ঘৰ-দিপশিখা ৰাজকোঁৱৰ

সাজিছিলো মোৰ বুকুত
সপোনৰ এটি কাৰেং ঘৰ,
থাকিম বুলি ভাবিছিলো
তুমি আৰু মই
আমাৰ সপোনৰ কল্পনাৰে।
কিন্তু........
নিমিষতে সেই বলিয়া বতাহজাকে
মোৰ সপোনবোৰ আধাতে
মোহাৰি পেলালে অ'...।
মোৰ সপোনবোৰ যে
সপোন হৈয়ে থাকি গল।

✍🏻দিপশিখা ৰাজকোঁৱৰ।
একাদশ শ্ৰেণী।
ঊষাপুৰ কোঁৱৰ গাওঁ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send