সপোনৰ কাৰেং ঘৰ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
সাজিছিলো মোৰ বুকুত
সপোনৰ এটি কাৰেং ঘৰ,
থাকিম বুলি ভাবিছিলো
তুমি আৰু মই
আমাৰ সপোনৰ কল্পনাৰে।
কিন্তু........
নিমিষতে সেই বলিয়া বতাহজাকে
মোৰ সপোনবোৰ আধাতে
মোহাৰি পেলালে অ'...।
মোৰ সপোনবোৰ যে
সপোন হৈয়ে থাকি গল।

✍🏻দিপশিখা ৰাজকোঁৱৰ।
একাদশ শ্ৰেণী।
ঊষাপুৰ কোঁৱৰ গাওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)