মানসিকতা~অংশুমান ভূঞা

পশু চিকিৎসক তথা প্ৰকৃতিপ্ৰেমী ডাঃ প্ৰবাল গোস্বামীয়ে সত্যেন দুৱৰাৰ ঘৰত উপস্থিত হৈ দুৱৰাৰ পশু আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেম দেখি ভূৰি ভূৰি প্ৰশংসা কৰিলে। কৃতজ্ঞতাৰে ওপচাই তুলিলে।
      বিদায় পৰত একে চৌহদৰ পঁ‌জাটোৰপৰা ভাঁ‌হি অহা কেইটামান যন্ত্ৰণাকাতৰ গেঙনিয়েহে তেওঁৰ চকু কপালত তুলিলে।

🖋️অংশুমান ভূঞা
     চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send