মানসিকতা~অংশুমান ভূঞা

©Admin
0
পশু চিকিৎসক তথা প্ৰকৃতিপ্ৰেমী ডাঃ প্ৰবাল গোস্বামীয়ে সত্যেন দুৱৰাৰ ঘৰত উপস্থিত হৈ দুৱৰাৰ পশু আৰু প্ৰকৃতিৰ প্ৰতি প্ৰেম দেখি ভূৰি ভূৰি প্ৰশংসা কৰিলে। কৃতজ্ঞতাৰে ওপচাই তুলিলে।
      বিদায় পৰত একে চৌহদৰ পঁ‌জাটোৰপৰা ভাঁ‌হি অহা কেইটামান যন্ত্ৰণাকাতৰ গেঙনিয়েহে তেওঁৰ চকু কপালত তুলিলে।

🖋️অংশুমান ভূঞা
     চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)