মুখা পিন্ধা মানুহ~অণুগল্প-পৰেশ দাস

©Admin
0
উচ্চ শিক্ষিত ৰমেন বৰুৱাৰ অঞ্চলটোত এটা ভাল নাম আছে। তেখেত এজন ভাল লেখকো। নাৰী সুৰক্ষাৰ সম্পৰ্কীয় বহু লেখা তেখেতৰ আজিলৈকে প্ৰকাশ পাইছে। আনকি বহু অনুষ্ঠানত বক্তৃতাও দিছে। মাজৰাতি নাৰীক অশ্লীল প্ৰস্তাৱ দিয়াত এগৰাকী নাৰীয়ে থানাত এজাহাৰ দিয়াৰ ফলতহে তেওঁ আচল চৰিত্ৰ সকলোৱে জানিব পাৰিলে...!

✍️পৰেশ দাস,ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)