মুখা পিন্ধা মানুহ~অণুগল্প-পৰেশ দাস

উচ্চ শিক্ষিত ৰমেন বৰুৱাৰ অঞ্চলটোত এটা ভাল নাম আছে। তেখেত এজন ভাল লেখকো। নাৰী সুৰক্ষাৰ সম্পৰ্কীয় বহু লেখা তেখেতৰ আজিলৈকে প্ৰকাশ পাইছে। আনকি বহু অনুষ্ঠানত বক্তৃতাও দিছে। মাজৰাতি নাৰীক অশ্লীল প্ৰস্তাৱ দিয়াত এগৰাকী নাৰীয়ে থানাত এজাহাৰ দিয়াৰ ফলতহে তেওঁ আচল চৰিত্ৰ সকলোৱে জানিব পাৰিলে...!

✍️পৰেশ দাস,ঢকুৱাখনা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send