স্বপ্নাদেশ-যুগল কিশোৰ শৰ্মা

Rinku Rajowar
0
সপোনবোৰ যেতিয়া ধ্বংসস্তূপত নিস্তেজ হয়!!!!
আশাবোৰ যেতিয়া নিৰাশালৈ ৰূপান্তৰ হয়!!!!
তেতিয়া মাথোঁ বাকী ৰয় জীৱনৰ অমানিশাবোৰ ।
হঠাৎ জীৱনটোক প্ৰশ্ন কৰিলো
এই সুবিশাল জগতখনত জানো পাৰিম.....
জীৱনত সফল হ’বলৈ !!!!
পাৰিম জানো অমাৱস্যাৰ ঘোঁৰ এন্ধাৰ মুচিবলৈ?
জীৱনৰ পৰাও পালো বিফলতাৰ পৰাইতো সফলতা লাভ হয়
বিফল ন’হলে যেনিবা সফল হোৱাৰ জানো অৰ্থ কিবা আছে !!!!
এতিয়া ময়ো সেই আশাকে লৈ জীয়াই আছো,
জীৱন নদীত এজন ব’ঠাহীন নাৱিক
নহ'লে বৃহৎ সাগৰৰ নাওঁ হ'বলে......। 

✍️যুগল কিশোৰ শৰ্মা
কামৰূপ মহাবিদ্যালয়, চামতা নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)