তুমি মোৰ সেই আপোন-হুমায়ুন কবিৰ

হে প্ৰিয়তমা! তুমি জানা নে? তুমি মোৰ কোন..! 
তুমি মোৰ সেই আপোন যাৰ হাত ধৰি জীৱনৰ সুখ দুখৰ সময়খিনি পাৰ কৰিব বিচাৰো।
তুমি মোৰ সেই আপোন যাক মই মোৰ অনুভৱৰ মাজত বিচাৰি পাওঁ।
তুমি মোৰ সেই আপোন যাক এপলক চাবলৈ মই সদায় ৰৈ থাকো।
তুমি মোৰ সেই আপোন যাক লৈ মই ভৱিষ্যত ৰচনা কৰো।
হে প্ৰিয়তমা! তুমি বাৰু বুজানে মোৰ মনৰ কথা.??
তুমিও বাৰু ভাবানে মোৰ মনৰ কথা...??

✍️হুমায়ুন কবিৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send