তুমি মোৰ সেই আপোন-হুমায়ুন কবিৰ

©Admin
0
হে প্ৰিয়তমা! তুমি জানা নে? তুমি মোৰ কোন..! 
তুমি মোৰ সেই আপোন যাৰ হাত ধৰি জীৱনৰ সুখ দুখৰ সময়খিনি পাৰ কৰিব বিচাৰো।
তুমি মোৰ সেই আপোন যাক মই মোৰ অনুভৱৰ মাজত বিচাৰি পাওঁ।
তুমি মোৰ সেই আপোন যাক এপলক চাবলৈ মই সদায় ৰৈ থাকো।
তুমি মোৰ সেই আপোন যাক লৈ মই ভৱিষ্যত ৰচনা কৰো।
হে প্ৰিয়তমা! তুমি বাৰু বুজানে মোৰ মনৰ কথা.??
তুমিও বাৰু ভাবানে মোৰ মনৰ কথা...??

✍️হুমায়ুন কবিৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)