আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0

আজি বুধবাৰ ইংৰাজী ২০২১ চনৰ এপ্ৰিল মাহৰ ২১ তাৰিখ ।অসমীয়া ১৯৪৩ শকৰ বহাগ মাহৰ ৭ তাৰিখ ।(আজি বছৰটোৰ ১১২ তম দিন,
বছৰটো শেষ হ'বলৈ ২৫৪ দিন বাকী)

👉৭৫৩ - ৰোম নগৰীৰ প্রতিষ্ঠা ।

👉৮২৯ - স্বেক্সশান এগবার্ট ব্রিটেনৰ প্রথম ৰজা হিচাপে ক্ষমতায় অধিষ্ঠিত হৈছিল ।

👉১৫২৬ - পানি পথৰ প্রথম যুদ্ধ হৈছিল আজিৰ এই দিনত ।

👉১৯৫২ - লন্ডন ও ৰোমৰ মাজত প্লেন চলাচলৰ মাধ্যমত বিশ্বৰ প্রথম জেট প্লেন চলাচল আৰম্ভ হৈছিল ।

👉১৯৬২ - আলজেৰিয়ায় ফৰাচী সৈনিক বিদ্রোহ আৰম্ভ ।

👉১৯৭২ - বাংলাদেশক স্বাধীন দেশ হিচাপে স্বীকৃতি দিছিল স্বিয়েৰা লিওন ।

👉১৯৭৫ - ভাৰতৰ ফাৰাক্কা ব্যাৰেজ আৰম্ভ হৈছিল ।

👉২০১৯ - শ্রীলঙ্কাত গির্জা হোটেলত ও মছজিদত ধাৰাবাহিক বোমা দিয়াৰ ঘটনাত কমপক্ষ ২৯০ জনৰ প্রাণহানি ঘটিছিল ।

👉১৯৪৫ - শ্রীনিবাচৰাঘবন ভেঙ্কটরাঘবন, ভাৰতীয় ক্রিকেটাৰ আৰু আম্পায়াৰ গৰাকীৰ জন্ম হৈছিল ।

👉১৯৯৬ - আব্দুল হাফিজ কাৰদাৰ, ভাৰতৰ লাহোৰত জন্মগ্রহণ কৰিছিল পাকিস্তানৰ ক্রিকেটাৰ ।

👉১৭৮২ - জার্মান শিক্ষাবিদ ও কিন্ডাৰগার্টেন শিশুশিক্ষা পদ্ধতি প্রবর্তক ফেডৰিক ফ্রোয়েবল, তেওঁৰ জন্ম হৈছিল ।(মৃ.১৮৫২)

👉১৮১৬ - ইংৰাজ ঔপন্যাসিক ও কবি শার্লট ব্রন্টেৰ জন্ম হৈছিল ।

👉১৮২৮ - হিপোলালিটি টেইনি, প্রখ্যাত ফৰাচী শিল্পী, সাহিত্যিক আৰু ঐতিহাসিক গৰাকীৰ জন্ম হৈছিল ।

👉১৮৬৪ - মাক্স ভেবাৰ, জার্মান সমাজবিজ্ঞানী, দার্শনিক ও ৰাষ্ট্রবিজ্ঞানী গৰাকীৰ জন্ম হৈছিল । (মৃ. ১৯২০)

👉১৯১৫ - অ্যান্থনি কুইন, মার্কিন চলচ্চিত্র ও মঞ্চ অভিনেতা গৰাকীৰ জন্ম হৈছিল । (মৃ. ২০০১)

👉১৯২২ - অ্যালান ওয়াটকিন্স, ওয়েলছ-ইংলিছ ক্রিকেটাৰ গৰাকীৰ জন্ম হৈছিল । (মৃ. ২০১১)

👉১৯২৬ - দ্বিতীয় এলিজাবেথ, যুক্তৰাজ্য ও অন্যান্য অধিভুক্ত অঞ্চলেৰ ৰানী গৰাকীৰ জন্ম হৈছিল ।

👉১৯৬৬ - সঙ্গীতশিল্পী ও সুৰকাৰ মাইকেল ফ্রান্টিৰ জন্ম হৈছিল ।

👉১৯৭৯ - জেমস ম্যাকঅ্যাভয়, মার্কিন অভিনেতা গৰাকীৰ জন্ম হৈছিল ।

👉১৯৯২ - ইস্কো, স্পেনীয় ফুটবলাৰ গৰাকীৰ জন্ম হৈছিল ।

👉১৯৩৮ - মহম্মদ ইকবাল, বৃটিছ ভাৰতৰ প্রখ্যাত কবি, দার্শনিক আৰু ৰাজনীতিবিদ গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮৭৭)

👉২০১৫ - পূর্ণদাস বাউল, ভাৰতীয় বাঙালি বাউল গান শিল্পী গৰাকীৰ মৃত্যু হৈছিল  (জ.১৮/০৩/১৯৩৩)

👉২০১৩ - শকুন্তলা দেবী, একজন ভাৰতীয় লিখক আৰু মানৱ ক্যালকুলেটৰ, তেওঁৰ মৃত্যু হৈছিল । (জ.০৪/১১/১৯২৯)

👉১৯১০ - মার্ক টোয়েইন, একজন মার্কিন ৰম্য লেখক, সাহিত্যিক ও প্রভাষক গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮৩৫)

👉১৯৬৫ - এডওয়ার্ড ভিক্টৰ অ্যাপলটন, নোবেল পুৰস্কাৰ বিজয়ী ইংৰাজ পদার্থবিজ্ঞানী গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৮৯২)

👉১৯৮৪ - মোহাম্মদ মোদাব্বেৰ, সাংবাদিক, শিশুসাহিত্যিক ও বিশিষ্ট সমাজ সেৱক গৰাকীৰ মৃত্যু হৈছিল । (জ. ১৯০৮)

👉২০১৫ - জানকীবল্লভ পট্টনায়ক, একজন ৰাজনীতিবিদ আৰু ওড়িশ্বাৰ প্রাক্তন মুখ্যমন্ত্রী গৰাকীৰ মৃত্যু হৈছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)