অমানিশা-উৎপল মৰাং

এক অপূৰ্ণ অমানিশা
       সেউতা ফালি দেখিছিলো-
মোৰ জীৱনৰ কুসুম বনত,
       সেই ৰাতিয়েই শোকত
বিভুক্ত হৈ কান্দিছিলো
        তোমাক পাইয়ো হেৰুৱাৰ ভয়ত
চিঞৰি চিঞৰি
         অমানিশা।।

         ✍🏻উৎপল মৰাং

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send