Home কবিতা অমানিশা-উৎপল মৰাং অমানিশা-উৎপল মৰাং personRinku Rajowar April 30, 2021 0 share এক অপূৰ্ণ অমানিশা সেউতা ফালি দেখিছিলো-মোৰ জীৱনৰ কুসুম বনত, সেই ৰাতিয়েই শোকতবিভুক্ত হৈ কান্দিছিলো তোমাক পাইয়ো হেৰুৱাৰ ভয়তচিঞৰি চিঞৰি অমানিশা।। ✍🏻উৎপল মৰাং Tags উৎপল মৰাংকবিতা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ