বিচাৰো তোমাক-উৎপল মৰাং

0
''Love At First Site''
তুমি বাৰু বিশ্বাস কৰানে?
তুমি জানা,মনে মনে তোমাক বিচাৰো
মই,
মনতে তোমাক সাজিলো,
আপোন কৰিব বিচাৰো মই
ৰাখিব বিচাৰো তোমাক কাষত।
শুনা....
তোমাৰ কোনোবা আছে নে?
যদি নাই তোমাৰ হ'ব পাৰিমনে?
কথাৰে ক'ব নোৱৰা কথাবোৰ,
কবিতাৰে কৈ চালো
হৃদয়ৰৰ আৱেগবোৰক জীয়াই ৰখাৰ
আশ্বাস যানো দিবা?
তোমাক দেখিয়েই প্ৰেমত পৰা দিনৰে পৰা
আজিৰ পৰ্য্যন্ত,
মনে মনে কেৱল তোমাক বিচাৰিচো।
কথাবোৰ ক'ব নোৱাৰো,হৃদয়ৰ শব্দবোৰ তোমাক
কবিতাৰে ক'লো।

✒️ উৎপল মৰাং
  দেৰগাঁও, গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)