অণুগল্প|অভিনয়|-অংশুমান ভূঞা

এইবাৰো ৰজা দলে-বলে পঁ‌জাবোৰলৈ আহিছিল। একেই অভিনয়,ঘঁ‌ৰিয়ালৰ চকুপানী। পঁ‌জাৰ হোজাবোৰে এইবাৰ ঠিকেই বুজিছিল। সিহঁতেও অভিনয় কৰি গৈছিল। সময়লৈ অপেক্ষা কৰিছিল।

সময়ত অভিনয়ে অভিনয়ক বাৰুকৈয়ে শালিছিল। নতুন প্ৰভাতৰ উদয় হৈছিল।

🖋️অংশুমান ভূঞা
    চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send