Home অংশুমান ভূঞা অণুগল্প|অভিনয়|-অংশুমান ভূঞা অণুগল্প|অভিনয়|-অংশুমান ভূঞা Author - personRinku Rajowar April 01, 2021 0 share এইবাৰো ৰজা দলে-বলে পঁজাবোৰলৈ আহিছিল। একেই অভিনয়,ঘঁৰিয়ালৰ চকুপানী। পঁজাৰ হোজাবোৰে এইবাৰ ঠিকেই বুজিছিল। সিহঁতেও অভিনয় কৰি গৈছিল। সময়লৈ অপেক্ষা কৰিছিল।সময়ত অভিনয়ে অভিনয়ক বাৰুকৈয়ে শালিছিল। নতুন প্ৰভাতৰ উদয় হৈছিল।🖋️অংশুমান ভূঞা চামতা,নলবাৰী Tags অণুগল্পঅংশুমান ভূঞা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ