আন্ধাৰ-পোহৰৰ খেলা~অংশুমান ভূঞা

বৰা দম্পতীৰ কণমানিটিৰ আজি জন্মদিন।কেক্ কটাৰ পৰত লাইটবোৰ নুমুৱাই কোঠালিটো আন্ধাৰ কৰি লোৱা হ'ল।আনন্দ-সুখৰ আতিশয্যাৰ পোহৰে উপস্থিত সকলোৰে মনবোৰ আলোকিত কৰি ৰাখিলে।
      একেটা চৌহদতে এহাল বৃদ্ধ-বৃদ্ধাও থাকে।তেওঁলোকৰ কোঠালিৰ লাইটটো কেতিয়াও নুনুমায়।পিছে মনৰ আন্ধাৰকণে তেওঁলোকক আলোকিত কৰিব নোৱাৰে।

          ✍️অংশুমান ভূঞা
               চামতা,নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send