আন্ধাৰ-পোহৰৰ খেলা~অংশুমান ভূঞা

©Admin
0
বৰা দম্পতীৰ কণমানিটিৰ আজি জন্মদিন।কেক্ কটাৰ পৰত লাইটবোৰ নুমুৱাই কোঠালিটো আন্ধাৰ কৰি লোৱা হ'ল।আনন্দ-সুখৰ আতিশয্যাৰ পোহৰে উপস্থিত সকলোৰে মনবোৰ আলোকিত কৰি ৰাখিলে।
      একেটা চৌহদতে এহাল বৃদ্ধ-বৃদ্ধাও থাকে।তেওঁলোকৰ কোঠালিৰ লাইটটো কেতিয়াও নুনুমায়।পিছে মনৰ আন্ধাৰকণে তেওঁলোকক আলোকিত কৰিব নোৱাৰে।

          ✍️অংশুমান ভূঞা
               চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)