আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
আজি মঙ্গলবাৰ ইংৰাজী ২০২১ চনৰ এপ্ৰিল মাহৰ ২০ তাৰিখ ।অসমীয়া ১৯৪৩ শকৰ বহাগ মাহৰ ৬ তাৰিখ ।(আজি বছৰটোৰ ১১১ তম দিন,
বছৰটো শেষ হ'বলৈ ২৫৫ দিন বাকী)

👉১৫২৬ - পানীপথৰ যুদ্ধত মোগল সকলে আফগান সকলক পৰাভূত কৰিছিল ।

👉১৭৭০ - ব্লাক নিউ স্বাউথ ওয়েলচ আবিষ্কাৰ কৰিছিল ।

👉১৭৭০ - আজি এই দিনত ক্যাপ্টেন কুক অস্ট্রেলিয়া আবিষ্কাৰ কৰিছিল ।

👉১৮৮৯ - ফৰাচী বিপ্লবৰ শতবর্ষ পূর্তিতে স্মাৰকস্তম্ভ ৯৮৫ ফুট উঁচু আইফেল টাৱাৰ নির্মাণৰ কাম শেষ হৈছিল ।

👉১৯০২ - কিউবা পৰা মার্কিন সৈনিকক প্রত্যাহাৰ কৰিছিল ।

👉১৯১৯ - মন্টিনিগ্রোৰ ৰজা নিকোলাচ সিংহাসনচ্যুত ।

👉১৯৪০ - দ্বিতীয় বিশ্বযুদ্ধত ব্রিটিছ ব্রিগেডৰ ফ্রান্সত পদার্পণ ।

👉১৯৪৫ - ব্রিটিছ সেনাবাহিনীৰ বার্লিনে প্রৱেশ ।

👉১৯৪৬ - সম্মিলিত জাতিপুঞ্জৰ বিলুপ্তি ঘোষণা কৰা হয় ।

👉১৯৫৯ - নদার্ন রোডেশিয়ায় নির্বাচনে ইউনাইটেড ফেডাৰেল পার্টিৰ জয় ।

👉১৯৬৪ - লাওসে সামৰিক অভ্যুত্থান ব্যর্থ ।

👉১৯৯৮ - ইকুয়েডৰৰ যাত্রীবাহী বিমান কলম্বিয়াৰ পার্বত্যাঞ্চলে বিধ্বস্ত হৈ ৫৩ আৰোহীৰ সকলৰ নিহত ।

👉২০১২ - পাকিস্তানৰ ইছলামাবাদৰ কাষত বেনজিৰ ভুট্টো আন্তর্জাতিক বিমানবন্দৰক - সন্নিকটে আবাসিক এলেকাত বিমান বিধ্বস্ত হৈ ১২৭ জন নিহত হৈছল ।

👉২০১৩ - চীনৰ চিচুয়ান প্রদেশত ৬.৬ মাত্রাৰ ভূমিকম্পত ১৫০ জনৰও বেছি নিহত হৈছিল ।

👉১৪৯২ - পিয়েট্রো আৰেটিনো, ইতালীয় লেখক, নাট্যকাৰ ও কবি গৰাকীৰ জন্ম হৈছিল ।

👉১৭৬৮ - জোশুয়া মার্শম্যান ব্রিটিছ ভাৰতৰ বঙ্গে খ্রিষ্টান ধর্মপ্রচাৰক গৰাকীৰ জন্ম হৈছিল ।(মৃ.০৬/১২/১৮৩৭)

👉১৮০৮ - তৃতীয় নেপোলিয়ন, ফৰাঁচী ৰাজনীতিবিদ ও ১ম প্রেচিডেন্ট গৰাকীৰ জন্ম হৈছিল ।

👉১৯২০ - যূথিকা ৰায় ভাৰতৰ বাঙালি কিংবদন্তি সঙ্গীতশিল্পী গৰাকীৰ জন্ম হৈছিল । (মৃ. ০৫/০২/২০১৪)

👉১৯৩৭ - জর্জ টাকেই, মার্কিন অভিনেতা গৰাকীৰ জন্ম হৈছিল ।

👉১৯৩৯ - গ্রো হাৰলেম ব্রুন্ডটল্যান্ড, নৰওয়েজিয়ান চিকিৎসক, ৰাজনীতিবিদ ও ২২ তম প্রধানমন্ত্রী গৰাকীৰ জন্ম হৈছিল ।

👉১৯৪৫ - থিন স্বিন, মায়ানমাৰ ৰাজনীতিবিদ ও সাবেক সামৰিক কমান্ডাৰ ।

👉১৯৪৯ - জেস্বিকা ল্যাং, মার্কিন চলচ্চিত্র, মঞ্চ ও টেলিভিশন অভিনেত্রী গৰাকীৰ জন্ম হৈছিল ।

👉১৯৪৯ - মাস্বিমো দালেমা, ইতালীয় ৰাজনীতিবিদ ও প্রধানমন্ত্রী গৰাকীৰ জন্ম হৈছিল ।

👉১৯৬৪ - অ্যান্ডি স্বার্কিস, ইংৰাজ অভিনেতা আৰু পৰিচালক গৰাকীৰ জন্ম হৈছিল ।

👉১৯৭২ - কাৰমেন ইলেকট্রা, মার্কিন মডেল ও অভিনেত্রী গৰাকীৰ জন্ম হৈছিল ।

👉১৯৭২ - যেলজক জক্সিমভিক, সার্বীয় গায়ক, গীতিকাৰ ও প্রযোজক গৰাকীৰ জন্ম হৈছিল ।

👉১৯৮৩ - মিৰান্ডা মে কেৰ,  অস্ট্রেলিয়ান মডেল গৰাকীৰ জন্ম হৈছিল ।

👉২০১৯ - অমৰ পাল, ভাৰতৰ বাঙালি লোকসঙ্গীত শিল্পী ও লেখক গৰাকীৰ মৃত্যু হৈছিল ।(জ.১৯/০৫/১৯২২)

👉১৯৬০ - পান্নালাল ঘোষ ভাৰতৰ বাঙালি বংশীবাদক ও সুৰকাৰ গৰাকীৰ মৃত্যু হৈছিল ।(জ.২৪/০৭/১৯১১)

👉১৯১২ - আব্রাহাম ব্রাম স্টোকাৰ, আইৰিশ্ব বংশোদ্ভূত ইংৰাজ লেখক ও ড্রাকুলাৰ স্রষ্টা গৰাকীৰ মৃত্যু হৈছিল ।

👉১৯১৮ - কার্ল ফার্দিনান্দ ব্রাউন, নোবেল পুৰস্কাৰ বিজয়ী জার্মান বংশোদ্ভূত মার্কিন পদার্থবিদ ও শিক্ষাবিদ গৰাকীৰ মৃত্যু হৈছিল ।

👉১৯৩২ - গিউচেপে পেয়ানো, ইতালীয় গণিতবিদ ও দার্শনিক গৰাকীৰ মৃত্যু হৈছিল ।

👉১৯৫২ - সুধীৰলাল চক্রবর্তী, বাংলা ভাষাৰ সুৰকাৰ ও সঙ্গীতজ্ঞ ও সুগায়ক গৰাকীৰ মৃত্যু হৈছিল ।

👉১৯৯১ - ডোনাল্ড চিজেল, মার্কিন চলচ্চিত্র পৰিচালক ও প্রযোজক গৰাকীৰ মৃত্যু হৈছিল ।

👉১৯৯২ - বেনি হিল, ইংৰাজ কৌতুক অভিনেতা ও চিত্রনাট্যকাৰ গৰাকীৰ মৃত্যু হৈছিল ।

👉১৯৯৩ - কান্টিনফ্লাচ, মেক্সিক্যান অভিনেতা, প্রযোজক ও চিত্রনাট্যকাৰ গৰাকীৰ মৃত্যু হৈছিল ।

👉২০০৩ - বার্ণার্ড কাটজ, নোবেল পুৰস্কাৰ বিজয়ী জার্মান বংশোদ্ভূত ইংৰাজ পদার্থবিজ্ঞানী ও শিক্ষাবিদ গৰাকীৰ মৃত্যু হৈছিল ।

👉২০১১ - জেৰার্ড স্মিথ, মার্কিন গিটাৰবাদক গৰাকীৰ মৃত্যু হৈছিল ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)