আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
৩বহাগ, শনিবাৰ ,ইং ১৭এপ্ৰিল ২০২১। 
সূৰ্য্যোদয় ঘ:৫/২/৩২সূৰ্য্যাস্ত ঘ:৫/৪৪/৩৫

ৰাশি - বৃষ ৰাশি। ঘ: ১/৯/৪০ যোৱাত মিথুন ৰাশি।
তিথি - শুক্লা পঞ্চমী।ৰা:ঘ:- ৮/৩২/২০ লৈ
নক্ষত্ৰ : - মৃগশিৰা। ৰা:ঘ:- ২/৩৪/২৮ লৈ ।
আদ্যঋতু হলে - পতিহীতা যোগ।
শুভ সংখ্যা :- ৮/৩।
শুভ ৰং :- নীলা / কলা ৰং।
যাত্ৰা :- দক্ষিণ দিশত নাই। ৰা:ঘ:- ৮/৩২/২০ যোৱাত পশ্চিম দিশত নাই।
 যোগিনী :- দক্ষিণ দিশত । ৰা:ঘ:- ৮/৩২/২০ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেল খোৱা  নিষেধ। ৰা:ঘ:- ৮/৩২/২০ যোৱাত তিতা খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত ঋণ আদায় হব, ভোজন  বিলাস বাঢ়িব লগতে প্ৰেম আৰু কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায় লাভ হব, আত্মীয়ৰ আগমন হব, লগতে ধন সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িহ, ধন সন্মান লাভ হব, লগতে আয় বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও সজাগ নহলে সামান্য ব্যয় বাঢ়িব পাৰে লগতে দ্ৰৱ্য নাশ   হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, লগতে জ্ঞান লাভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত  আত্মীয়ৰ আগমন হব, লগতে প্ৰেম আৰু কৰ্মত শুভ হব, যদিও সজাগ নহলে মনত সামান্য চঞ্চলতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোতক শিল্পী সকলৰ শুভ হব, ৰোগাৰোগ্য হব, সজাগ নহলে বন্ধু বিশ্চেদ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত শুভ হব, পাৰিবাৰিক দিশত শুভ হব, লগতে কৰ্ম লাভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত বস্ত্ৰ লাভ কৰিব পৰে, মনত ভক্তি ভাৱ বাঢ়িব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে কৰ্মত সুযোগ লাভ  হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত যাত্ৰাত শুভ হব, উত্তম ভোজন লাভ হব, যদিও সজাগ নহলে সামান্য পাৰিবাৰিক অশান্তি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত আত্মীয়ৰ আগমন হব,বন্ধু লাভ হব, যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ  বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ হব, যদিও সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে শৰীৰত সামান্য এলাহ  ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Pn no -9101096481
Wp no - 9577136205
🙏🙏🙏🙏🙏🙏🙏

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)