Home প্ৰাঞ্জল শৰ্মা নিমাখিত~কবিতা~প্ৰাঞ্জল শৰ্মা নিমাখিত~কবিতা~প্ৰাঞ্জল শৰ্মা Author - person©Admin April 07, 2021 0 share অমুকা নিমাখিত,পাখি কটা চগাহে হওঁ।পোহৰ নহয়, আন্ধাৰ সংসক্তদুশ টকা দিলেই হ'ল যেতিয়াবিক্ৰী দিওঁ মৌলিক স্বত্ব।ধোদ হওকলম্পট হওকঅমুকাৰ নাই দৰকাৰ,এখন কম্বল আৰু আঁঠুৱা পালেই হ'ল,পদপতাত সমৰ্পণ কৰি দিম চৰকাৰ।✍প্ৰাঞ্জল শৰ্মা Tags কবিতাপ্ৰাঞ্জল শৰ্মা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ