নিমাখিত~কবিতা~প্ৰাঞ্জল শৰ্মা

অমুকা নিমাখিত,
পাখি কটা চগাহে হওঁ।
পোহৰ নহয়, আন্ধাৰ সংসক্ত
দুশ টকা দিলেই হ'ল যেতিয়া
বিক্ৰী দিওঁ মৌলিক স্বত্ব।
ধোদ হওক
লম্পট হওক
অমুকাৰ নাই দৰকাৰ,
এখন কম্বল আৰু আঁঠুৱা পালেই হ'ল,
পদপতাত সমৰ্পণ কৰি দিম চৰকাৰ।

✍প্ৰাঞ্জল শৰ্মা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send