অচিন দ্বীপৰ চৰাই~পৰিস্মিতা তালুকদাৰ

©Admin
0
নিলগাই থৈছোঁ জীৱন
           ছন পৰা পথাৰ 

    প্ৰতিদিনে মাতি থকাৰ পিছতো
     কাষ চাপি অহা নাই
       নৈ খন
      অনবৰতে এটা শংকাই
       বগাই ফুৰিছে পথাৰখনত

নিলগাই যোৱা জীৱনটো
আজি বৰ অকলশৰীয়া

             যেন
   অচিন দ্বীপৰ চৰাই ।

   ✍️ পৰিস্মিতা তালুকদাৰ
          চামতা,, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)