অচিন দ্বীপৰ চৰাই~পৰিস্মিতা তালুকদাৰ

নিলগাই থৈছোঁ জীৱন
           ছন পৰা পথাৰ 

    প্ৰতিদিনে মাতি থকাৰ পিছতো
     কাষ চাপি অহা নাই
       নৈ খন
      অনবৰতে এটা শংকাই
       বগাই ফুৰিছে পথাৰখনত

নিলগাই যোৱা জীৱনটো
আজি বৰ অকলশৰীয়া

             যেন
   অচিন দ্বীপৰ চৰাই ।

   ✍️ পৰিস্মিতা তালুকদাৰ
          চামতা,, নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send