মন যাই-ৰিছি দাস

0
✍️ ৰিছি দাস
আখৰা, নলবাৰী

মন যাই জানা মোৰ হৃদয়
সমষ্ট মৰম বোৰ উজাৰি দি 
তোমাক আপোন কৰি ল'বলৈ
তুমি দেখি থকা 
সপোন বৰ বাস্তৱ কৰিবলৈ
কিন্তু কি কৰিবা
তুমি যে এতিয়া বেলেগ কাৰবাৰ


মই জানো তুমি যাক 
ভাল পোৱা তেওঁ তুমাক
ভাল নাপাই তোমাক প্ৰতাৰণা কৰিলে
তথাপি একপ্ৰক্ষ ভাবে
ভাল পাই আহিছোঁ
থিক মই তোমাৰ পোৱা দৰে
একপ্ৰক্ষ ভাবে


মন যাই তোমাৰ পৰা বিষাদৰ
মালা দাল খুলি আনি 
হাঁহিৰে ভৰি থকা মালা পাত
পিন্ধাই দিবলৈ
কিন্তু কথা বোৰ ক'বলৈ ভয় লাগে জানা 
কিজানি আমাৰ বন্ধুত্ব হেৰাই যায়

মন যাই তোমাৰ কোমোল
দুই উঠোৰ পৰষত 
মোৰ মৰহি যোৱা
সপোন বৰ জীয়াই তুলিবলৈ
বৰ মন যাই জানা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)