শুনিছো আকৌ বোলে
লকডাউন দিব
প্ৰথমবাৰ লকডাউন দিওঁতে
অৱস্হা কাহিল হৈছিল
এতিয়া যদি আকৌ লকডাউন
দিয়ে তেতিয়া আমাৰ দৰে
শ্ৰমিকবোৰৰ কি হ'ব?
সাঁচতীয়া ধন বুলিবলে
হাতত ফুটা-কঢ়িও এটা নাই
এই লকডাউন শব্দটোৱে
আমাৰ দৰে শ্ৰমিকবোৰক
খুলি-খুলি খাইছে
হে ভগৱান! লকডাউন
নিদিয়ে তাতে আকৌ
যদি দিয়ে তেন্তে
আমাৰ হাতত মৃত্যুৰ
বাহিৰে আন কোনো
🖋️অলকেশ খাটনিয়াৰ
জিলা-বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ