স্ফুলিঙ্গ-ড° মৃদুল চন্দ্ৰ শৰ্মা

জীৱনটো জুখি চাবলৈ মন যায়
কিমান হ'ব বাৰু
এবেগেত নে এফুট
মনৰ স্মৃতি কোঠাত উদ্গীৰণ হোৱা
ভাল বিলাক দেখোন
ক্ষণিকতে শেষ হয়
এইয়ে নেকি জীৱন
কচু পাতৰ পানী ।


✍️ড° মৃদুল চন্দ্ৰ শৰ্মা
যোৰহাট

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send