মনোকষ্ট-অংশুমান ভূঞা

আজি গৰু বিহু। বলোৰাম বুঢ়াই বাৰাণ্ডাত বহি উদাস চাৱনিৰে পদূলিলৈ চাই আছে।
       ক্ষন্তেক পিছতে চোতালৰপৰা দামী চাবোন-চ্যেম্পুৰ সুবাস আৰু বিলাতী কুকুৰৰ ভৌ-ভৌ শব্দ আহি নাকে-কাণে পৰিল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send