তিতিব আৰু মন নাই,
হৃদয়ৰ বৰষুণ জাকে
সকলো উতুৱাই নিলে।
যিবোৰ মই কল্পনা
কৰিব ভয় লাগিছিল;
সেই বোৰ আজি বাস্তৱ।
কিন্তু বৰষুনে সকলো উটুৱাই নিয়াৰ পিছত
যিদৰে শিল বোৰ থাকি যায়;
থিক সেইদৰে বিষাদ বোৰ থাকি গ'ল।
হৃদয়ৰ বৰষুণ জাকৰ
শব্দ নাই ; সেইবাবেই
কোনেও অনুভৱে
কৰিব পৰা নাই
মোৰ হৃদয়ত আহি যোৱা
বৰষুণ জাকৰ কথা।
হৃদয় খনে চিঞৰি চিঞৰি কান্দিছে,
কিন্তু হৃদয়ৰ কান্দোন
জানো কোনোবাই শুনা পাই?
সেই বাবে বৰষুণত
তিতাৰ ইচ্ছা আৰু নাই,
মই যে এতিয়া ভীষন অসুকীয়া।
✍️ ৰিছি দাস
আখৰা, নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ