আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
২বহাগ, শুক্ৰবাৰ ,ইং ১৬এপ্ৰিল ২০২১। 
সূৰ্য্যোদয় ঘ:৫/৩/৩০সূৰ্য্যাস্ত ঘ:৫/৪৩/৩৫

ৰাশি - বৃষ ৰাশি।
তিথি - শুক্লা চতুৰ্থী।ঘ:- ৬/৫/৪০ লৈ
নক্ষত্ৰ : - ৰোহিণী। ৰা:ঘ:- ১১/৪০/২০ লৈ ।
আদ্যঋতু হলে - পতিহীতা যোগ।
শুভ সংখ্যা :- ৭/৮।
শুভ ৰং :- বগা / চিত্ৰবিচিত্ৰ ৰং।
যাত্ৰা :- নৈঋত কোনত   নাই। ৰা:ঘ:- ৬/৫/৪০ যোৱাত দক্ষিণ দিশত নাই।
 যোগিনী :- নৈঋত কোনত । ৰা:ঘ:- ৬/৫/৪০ যোৱাত দক্ষিণ দিশত ।
ভক্ষাভক্ষ্য :- মুলা খোৱা  নিষেধ। ৰা: ঘ:- ৬/৫/৪০ যোৱাত বেল খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে দেহ মনত সামান্য কষ্ট পাৱ পাৰে লগতে লগতে সামান্য ব্যয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্তানৰ সুখ লাভ হব যদিও  সজাগ নহলে ভাগ্য বিঘ্নিত হব পাৰে লগতে সজাগ নহলে বন্ধু বিশ্চেদ  হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা লাভ হব, কৰ্মত উন্নতি হব যদিও সজাগ নহলে সামান্য ক্লান্তি  ভাৱ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, যদিও মনত সামান্য উদ্বেগ ভাৱ বাঢ়িব পাৰে লগতে সজাগ নহলে আজি প্ৰতাৰিত  হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, মনত আনন্দ বাঢ়িব, লগতে শুভ সংবাদ লাভ   হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হব, কৰ্মত আনৰ সহায় লাভ হব, যদিও সজাগ নহলে  শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোতক কৰ্মত সফল হব, ভ্ৰমণত সুযোগ লাভ  হব, লগতে ধন আগমন   বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, কৰ্মত যশস্যা লাভ হব যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত ধন আগমন বাঢ়িব, বন্ধুৰ আগমন হব যদিও সজাগ নহলে শৰীৰত সামান্য ৰোগ  বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, খেতিয়ক সকলৰ শুভ হব, যদিও সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত উন্নতি হব যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ধন সন্মান লাভ হব, লগতে মনৰ চিন্তা ধাৰা উন্নতি  হোৱাৰ যোগ দেখা যায়

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                      জালুকবাৰী,গুৱাহাটী -১৪

Pn no -9101096481
Wp no- 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)