আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                      
৪বহাগ, ৰবিবাৰ ,ইং ১৮এপ্ৰিল ২০২১। 
সূৰ্য্যোদয় ঘ:৫/১/৩২সূৰ্য্যাস্ত ঘ:৫/৪৪/৩০

ৰাশি -  মিথুন ৰাশি।
তিথি - শুক্লা ষষ্ঠী।ৰা:ঘ:- ১০/৩৪/৩৭ লৈ
নক্ষত্ৰ : - আদ্ৰা । অহোৰাত্ৰি
আদ্যঋতু হলে - কান্তা যোগ।
শুভ সংখ্যা :- ৯/১।
শুভ ৰং :- ৰঙা / সেউজীয়া ৰং।
যাত্ৰা :- পশ্চিম দিশত নাই। ৰা:ঘ:- ১০/৩৪/৩৭ যোৱাত বাযু কোনত নাই।
 যোগিনী :- পশ্চিম দিশত । ৰা:ঘ:- ১০/৩৪/৩৭ যোৱাত বাযু কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা  নিষেধ। ৰা:ঘ:- ১০/৩৪/৩৭ যোৱত তাল খোৱা নিষেধ।

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  সকলৰ আজিৰ দিনটোত মনত শান্তি বাঢ়িব, কৰ্মত আনৰ সহায় লাভ হব, লগতে ভোজন বিলাস বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি - বৃষ ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব, সামাজিক কৰ্মত জৰিয়ত হোৱাৰ সুযোগ লাভ হব, লগতে কৰ্মত বন্ধুৰ সহায় লাভ হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  জুইৰ পৰা সাৱধান হব লগতে সজাগ নহলে মিচা অপৱাদ পোৱাৰ   যোগ দেখা যায়।

৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব,  যদিও সজাগ নহলে সামান্য পাৰিবাৰিক সমস্যা বাঢ়িব পাৰে লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ  জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, মনত শান্তি বাঢ়িব, যদিও সজাগ নহলে ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ  আজিৰ দিনটোত   বিদ্যাৰ্থী সকলৰ শুভ হব, যদিও সজাগ নহলে কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে , লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোতক  মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে , লগতে সজাগ নহলে সম্পদ হানি হব পাৰে লগতে পিতৃ মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, ধন আগমন বাঢ়িব, যদিও সজাগ নহলে সামান্য মনোমালিন্য  হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ  দিনটোত সন্মান বাঢ়িব, বন্ধু লাভ হব, লগতে আজি কৰ্মত বুদ্ধি বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হব, কৰ্মত সফল হব, লগতে সন্মান  বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত আত্মীয়ৰ আগমন হব, যদিও সজাগ নহলে দেহ মনত সামান্য আঘাট পাৱ পাৰে লগতে আজি  চতুস্পদ জীৱনৰ পৰা সাৱধান হব ।

১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক শান্তি লাভ হব, বন্ধু লাভ হব, যদিও শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                              জালুকবাৰী , গুৱাহাটী -১৪

Ph no -9101096481
WhatsApp no - 9577136205

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)