মিছা নহয় সঁচা প্ৰেম আছিল-কবিতা~অদিতী তাঁতী

©Admin
0
যদি কেতিয়াবা কাৰোবাৰ পৰা
ভৰষা হেৰাই যায়
তেতিয়া তেওঁ বিষপান কৰিলেও
কিন্তু তেওঁৰ একো নহয় ।

ফেচবুকটো যে এটা অদ্ভূত দুনীয়া 
ইয়াত অচিনাকিৰ পৰা বন্ধুত্ব হৈ 
আৰু অন্তৰ্নিহিত হৈ যায় 
তেতিয়া সম্বন্ধ বোৰ শেষ নহয় 
চোঁচৰাই লৈ যোৱা হয়।

তোমাক কন্দুৱাই যোৱা জনেও যদি 
তোমাৰ বহুত কাষত থাকে
তেতিয়া প্ৰমাণ কৰিবা
তুমি তাইক বহুত বেছি ভাল পাইছিলা,
সেইবাবেই কৈছোঁ এবাৰ হ'লেও সেইজন ব্যক্তিৰ লগত কথা পাতিবা।

যিজন ব্যক্তি তোমাৰ সৈতে
কথা পাতিবৰ বাবে গোটেই দিন অপেক্ষা কৰে,
তেওঁ কেতিয়াও তোমাক মিচা  প্ৰেম কৰা নাছিল।

যিজন ব্যক্তিয়ে তোমাক ফোন কৰি সকলোতকৈ আগতে কৈ 
যেতিয়া তুমি কাষত নাথাকা তেতিয়া তেওঁ নিজকে
বহুত আধৰুৱা অনুভৱ কৰে।
এই মহানগৰীত কৈয়ো ভাল আপোন গাঁৱখনেই হ'ল 
য'ত ঘৰৰ নম্বৰৰ পৰা নহয় 
পিতৃ নামৰ পৰাহে চিনি পায়।।

অদিতী তাঁতী ✍️

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)