জোন-শ্যামল বৰা

ঘূৰণীয়া বাটেৰে
মই এটি উৰণীয়া জোন..

নিজৰ বুলিবলৈ নাই একো,
বুকুত টুকুৰা টুকুৰা ঘাঁ...

তথাপি পোহৰ বিলাও
নিশা যে মোৰ বুকুৰ আপোন...

       শ্যামল বৰা 
       গৱেষক ছাত্ৰ, কটন বিশ্ববিদ্যালয়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send