জোন-শ্যামল বৰা

©Admin
0
ঘূৰণীয়া বাটেৰে
মই এটি উৰণীয়া জোন..

নিজৰ বুলিবলৈ নাই একো,
বুকুত টুকুৰা টুকুৰা ঘাঁ...

তথাপি পোহৰ বিলাও
নিশা যে মোৰ বুকুৰ আপোন...

       শ্যামল বৰা 
       গৱেষক ছাত্ৰ, কটন বিশ্ববিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)