হৃদয়ৰ অনুভৱ-পংকিতা কলিতা

©Admin
0
যিয়ে আনক হাঁ‌হিৰ খোৰাক দিব পাৰে তেওঁ‌ৰ জীৱনত বহু সংঘাত থাকে সেই সংঘাতবোৰৰ সতে সংগ্ৰাম কৰি কৰি তেওঁ‌ নিজকে এনেভাৱে প্ৰস্তুত কৰি পেলাই যে বুকুখনত অনবৰতে অপ্ৰকাশ্য দুখবোৰে পোহাৰ মেলি থাকে অথচ আনক হাঁ‌হিৰ খোৰাক দিব পৰা হৈ যায়...।
#যিজন মানুহে হঠাৎ আচৰণ সলনি কৰি দিয়ে সেই মানুহজনৰ হৃদয়খনত অস্পষ্ট,অসম্পূৰ্ণ বহু দুখৰ ছবি থাকি যায়,যি দুখৰ ছবিয়ে হঠাতে ভাঁহি উঠি মানুজনক স্বাভাৱিক অৱস্থাৰ পৰা অস্বাভাৱিক কৰি তোলে।

      ✍️পংকিতা কলিতা(পলী প্ৰিয়া),দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)