কেতিয়াও নিজৰ শক্তি
নাইকিয়া নকৰিবা
আমি আগবাঢ়ো
শূন্যতাৰ দিশে !
সকলো পাহৰি যাওঁ
মনটো আছিল খোলা।
আৰু শূন্যতা বোৰ
ধ্বংস হয় জাৱৰ দমত।
শেষত পংগুৰ দৰে জীয়াই থকা
চুবুৰীয়াৰ লেই -লেই,চেই- চেই
লকচৌ বুঢ়ী গাতত গেলি
উস!
নৰীয়াত পকন্ন কৰোঁতা নহৈ
এটা কুটোহা পৰা
মৰা শালিকা,
ভৰি কেইটা কতহ-কতহ
গা মঠাই
কয় আই দোহাই হাই
শৰীৰটো মাংস নহয়
এয়াই বিলাই।
✍️দিপজ্যোতি বৰদলৈ
মৰিগাঁও,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ