অক্ৰম সপোন-পংকিতা কলিতা

অকুতোভয়ে অকুটিল মনেৰে যাব বিচাৰিছো ,
কালৰ হাতলৈ
অক্ৰম সপোনবোৰ 
এৰি থৈ ।
দ্বিধাহীনভাৱে অচিৰাৎ অকৃত হ'ল
মনৰ কবিতাবোৰ...।।
যাম গুচি
     অজ্ঞাত ঠাই বিচাৰি
য'ত অজ্ঞেয় হ'ব
     জীৱনৰ আশাবোৰ...।।
          
✍️পংকিতা কলিতা
     দৰং(অসম)
     হাজৰিকাপাৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send