সময়-লক্ষীৰাম কুৰ্মী

©Admin
0
দিনবোৰ কি আছিলে ?
কি হ'ব গৈ আছে।
মাথো দেখা পাইছোঁ
এক বৃহৎ সাগৰ
যত আছে মানুহৰ
ভিন্ন ভিন্ন সপোন।

কালৰূপ ধাৰণ কৰা
কৰ'ণাই ও সৃষ্টি কৰিছে
বিভিন্ন সমস্যা।
মানুহৰ সুখবোৰ দিনে দিনে
হেৰাই গৈছে।
দুখ , বেদনা, অভাৱ, সমস্যাই
আগুৰি ধৰিছে।
য'ত দেখি পোৱা নাই
পৰিয়ালৰ সদস্য ৰ
মৃত্যুৰ মুখনি।
কি যে সময় আহিল।

✍️ লক্ষীৰাম কুৰ্মী( গোলাঘাট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)