২৬ মে'-আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
২৬ মে' (ইংৰাজী26 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৬তম (অধিবৰ্ষত ১৪৭তম) দিন। বছৰ শেষ হ'বলৈ ২১৯ দিন বাকী থাকে।

  • ১৮০৫ - নেপোলিয়ন বোনাপোৰ্ট ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হয়।
  • ১৮৬৫ - আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান।
  • ২০১৪ - ভাৰতীয় জনতা পাৰ্টি দলে কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। নৰেন্দ্ৰ মোডী ১৪তম প্ৰধান মন্ত্ৰী হয়।
  • ১৯৭৬ - জাৰ্মান দাৰ্শনিক মাৰ্টিন হাইডেগাৰ মৃত্যু।
  • ২০০৪ - নিকোলাই চেৰ্নিখ, ৰাছিয়া দেশৰ জ্যোতিৰ্বিজ্ঞানীৰ মৃত্যু । (জন্মঃ ১৯৩১)
  • ১৯৯০ - উমৰ আকমলৰ জন্ম ,তেওঁ পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ  ।
  • ১৭৫০ - উইলিয়াম মৰ্গানৰ জন্ম , ৱেলচৰ চিকিৎসক, পদাৰ্খ বিজ্ঞানী আৰু গণিতজ্ঞ, বীমা বিজ্ঞানৰ (actuarial science) পিতৃ পুৰুষ।
  • ১৯৮৩ চনত ভাৰতীয় মল্লযোদ্ধা সুশীল কুমাৰৰ জন্ম।
  • ১৯২৬ চনত লেবানত সংবিধান গ্ৰহন।
  • ১৯১৩ চনত গ্ৰেট ব্ৰিটেইনত প্ৰথম মহিলা বিচাৰপতি এমিলী ডানকান।
  • ১৮২৪ চনত ব্ৰাজিলক আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বীকৃতি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)