- ১৮০৫ - নেপোলিয়ন বোনাপোৰ্ট ফ্ৰান্সৰ সম্ৰাট পদত অভিষিক্ত হয়।
- ১৮৬৫ - আমেৰিকাৰ গৃহযুদ্ধৰ অৱসান।
- ২০১৪ - ভাৰতীয় জনতা পাৰ্টি দলে কেন্দ্ৰীয় চৰকাৰ গঠন কৰে। নৰেন্দ্ৰ মোডী ১৪তম প্ৰধান মন্ত্ৰী হয়।
- ১৯৭৬ - জাৰ্মান দাৰ্শনিক মাৰ্টিন হাইডেগাৰ মৃত্যু।
- ২০০৪ - নিকোলাই চেৰ্নিখ, ৰাছিয়া দেশৰ জ্যোতিৰ্বিজ্ঞানীৰ মৃত্যু । (জন্মঃ ১৯৩১)
- ১৯৯০ - উমৰ আকমলৰ জন্ম ,তেওঁ পাকিস্তান ক্ৰিকেট দলৰ খেলুৱৈ ।
- ১৭৫০ - উইলিয়াম মৰ্গানৰ জন্ম , ৱেলচৰ চিকিৎসক, পদাৰ্খ বিজ্ঞানী আৰু গণিতজ্ঞ, বীমা বিজ্ঞানৰ (actuarial science) পিতৃ পুৰুষ।
- ১৯৮৩ চনত ভাৰতীয় মল্লযোদ্ধা সুশীল কুমাৰৰ জন্ম।
- ১৯২৬ চনত লেবানত সংবিধান গ্ৰহন।
- ১৯১৩ চনত গ্ৰেট ব্ৰিটেইনত প্ৰথম মহিলা বিচাৰপতি এমিলী ডানকান।
- ১৮২৪ চনত ব্ৰাজিলক আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বীকৃতি।
২৬ মে'-আজিৰ দিনটোৰ বিশেষত্ব
May 26, 2021
0
২৬ মে' (ইংৰাজী: 26 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৬তম (অধিবৰ্ষত ১৪৭তম) দিন। বছৰ শেষ হ'বলৈ ২১৯ দিন বাকী থাকে।
Tags
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ