হোৱা নাই মনৰ ক্ষোভ বোৰ প্ৰকাশ
মাথো মনৰ মাজতে গোপনে সাঁচি ৰাখিছো সযতনে।
দেশ খন কোন দিশে গতি কৰিছে,
কোনে দিশে গতি কৰিছে দেশৰ জনগণ?
চাৰিও কেৱল হিংসা আৰু বিশ্বাস কৰিব নোৱাৰা হত্যা।
ক'ৰবাত যদি ৭০বছৰৰো উৰ্ধৰক নৃশংস হত্যা
আকৌ ক'ৰবাত কিশোৰীক ধৰ্ষন কৰি জীৱন্তে জ্বলোৱা দৃশ্য।
আঃ বৰ অসহ্য লাগিছে আৰু চাই চাই শুনি শুনি।
আৰু কিমান দিন চলাব শাসন নিৰীহৰ উপৰত
মূখা পিন্ধা এচাম ভদ্ৰ সমাজে আৰু কিমান দিন?
✍️দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ