আধুনিকতাই মেৰিয়াই ধৰা পৃথিৱীত আজি মৃত্যুৰ কিৰীলি, ধৰ্মক লৈ বিৰ্তক ।ধৰ্ষণ, হত্যা, কন্যা- সন্তান হত্যা ,শিশুক কৰ্মত নিয়োগ ঘটনাই গা কৰি উঠিছে সঘনাই।টিভিৰ পৰ্দাত ব্ৰেকিং নিউজত ডাঙৰ ডাঙৰ আখৰেৰে এয়া কি ... 'জীৱন্তে জ্বলাই দিয়ে কাম কৰা ছোৱালী জনীক গৃহস্থে'।
আন এক,' কেঁচা কলিজাক ভক্ষণ এজন নৰখাদকৰ'।
৬০বছৰীয়া লোকজনে টিভিৰ পৰ্দাৰ পৰা চকুহাল আঁতৰাই হুমুনিয়াহ কাঢ়িলে ..সঁচাকৈয়ে কোন দিশে আজিৰ মানৱ..!
✍️লভিতা চহৰীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ