এয়াই সময়-কবিতা~হেমেন হাজৰিকা

©Admin
0
    ভাল
    ভাল লাগিছে  

   সময়ে নাপাহৰে
   সময়ৰ কথা  ।

   কাক
   কেতিয়া
   কেনেকৈ ক'ত
   মনত পেলাব লাগে ভৱিষ্যত
   সময়ে জানে  ।

   তুমি আনক কন্দুৱালে
   এদিন তুমিও কান্দিব 
   লাগিব  ।
   সময়ে তাকেই কৈ থৈ গ'ল
   মনে মনে  ।

   সেয়ে
   ভাল
   ভাল লাগিছে  ।

   যিয়েই নহওক
   সকলোৰে ভাল হওঁক  ।

        ⚫ হেমেন হাজৰিকা
                 মিৰ্জা
          কামৰূপ অসম  ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)