ডিজিটেল প্ৰাণ-অংশুমান ভূঞা

 
অমৃতাই হাইস্কুলীয়া জীৱনৰে বান্ধৱী প্লাৱিতাক বহু বছৰৰ মূৰত ফেচবুকত পাই অতি আগ্ৰহেৰে বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াই আশাৰে বাট চাই ৰ'ল। 
     বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণৰ বাৰ্তা হ'লে কোনোদিনেই নাহিল। প্লাৱিতাই যে জীৱন নাটৰ যৱনিকা পেলাই কোনোবাদিনাই অজান্তি মুলুকলৈ গতি কৰিছে। ফেচবুকৰ একাউণ্টতহে মাথোঁ তাই জীয়াই আছে।

✍️অংশুমান ভূঞা
     চামতা,নলবাৰী
     ৬০০২৯৯৪৯৮০

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send