অমৃতাই হাইস্কুলীয়া জীৱনৰে বান্ধৱী প্লাৱিতাক বহু বছৰৰ মূৰত ফেচবুকত পাই অতি আগ্ৰহেৰে বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াই আশাৰে বাট চাই ৰ'ল।
বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণৰ বাৰ্তা হ'লে কোনোদিনেই নাহিল। প্লাৱিতাই যে জীৱন নাটৰ যৱনিকা পেলাই কোনোবাদিনাই অজান্তি মুলুকলৈ গতি কৰিছে। ফেচবুকৰ একাউণ্টতহে মাথোঁ তাই জীয়াই আছে।
✍️অংশুমান ভূঞা
চামতা,নলবাৰী
৬০০২৯৯৪৯৮০
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ