সাধাৰণ জ্ঞান

১) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং কেইখন আছে?

(ক) ৪ খন

(খ) ৫ খন

(গ) ৬ খন

উত্তৰ- (গ) ৬ খন

(২) নৰনাৰায়ণ সেতুয়ে পঞ্চৰত্ন নগৰক কোন চহৰৰ সৈতে সংযোগ কৰে?

(ক) কলিয়াবৰ

(খ) যোগীঘোপা

(গ) তেজপুৰ

উত্তৰ- (খ) যোগীঘোপা

(৩) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

(ক) বিষ্ণুৰাম মেধি

(খ) তৰুণ ৰাম ফুকন

(গ) গোপীনাথ বৰদলৈ

উত্তৰ- (গ) গোপীনাথ বৰদলৈ

(৪) ক্লোৰোফৰ্মৰ প্ৰকৃত নাম কি?

(ক) ট্ৰাইক্লোৰোমিথেন

(খ) ছডিয়াম ক্লৰাইড

(গ) নাইট্ৰজেন অক্সাইড

উত্তৰ-(ক) ট্ৰাইক্লোৰোমিথেন

(৫) LED ৰ সম্পূৰ্ণ অৰ্থ কি?

(ক) Lighting Emitting Diode

(খ) Light Emit Diode

(গ) Light Emitting Diode

উত্তৰ- (গ) Light Emitting Diode

(৬) শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল?

(ক) ১৪৪৯

(খ) ১৪৩২

(গ) ১৩৫২

উত্তৰ- (ক) ১৪৪৯

(৭) নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?

(ক) জেমছ চাডউইক

(খ) আইজেক নিউটন

(গ) এলবাৰ্ট আইনষ্টাইন

উত্তৰ-(ক) জেমছ চাডউইক

(৮) প্ৰথম অসমীয়া ছবি জয়মতি কিমান চনত মুক্তি পায়?

(ক) ১৯২২

(খ) ১৯৩৫

(গ) ১৯৩৮

উত্তৰ- (খ) ১৯৩৫

(৯) অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়?

(ক) ১২ আগষ্ট

(খ) ৩০ আগষ্ট

(গ) ৩ ছেপ্টেম্বৰ

উত্তৰ-(গ)৩ ছেপ্টেম্বৰ

(১০) MS-Word কি?

(ক) এটা ইনপুট ডিভাইচ

(খ) এটা এপ্লিকেচন ছফ্টৱেৰ

(গ) এটা অপাৰেটিং চিষ্টেম

উত্তৰ- (খ) এটা এপ্লিকেচন ছফ্টৱেৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send