১) ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলং কেইখন আছে?
(ক) ৪ খন
(খ) ৫ খন
(গ) ৬ খন
উত্তৰ- (গ) ৬ খন
(২) নৰনাৰায়ণ সেতুয়ে পঞ্চৰত্ন নগৰক কোন চহৰৰ সৈতে সংযোগ কৰে?
(ক) কলিয়াবৰ
(খ) যোগীঘোপা
(গ) তেজপুৰ
উত্তৰ- (খ) যোগীঘোপা
(৩) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
(ক) বিষ্ণুৰাম মেধি
(খ) তৰুণ ৰাম ফুকন
(গ) গোপীনাথ বৰদলৈ
উত্তৰ- (গ) গোপীনাথ বৰদলৈ
(৪) ক্লোৰোফৰ্মৰ প্ৰকৃত নাম কি?
(ক) ট্ৰাইক্লোৰোমিথেন
(খ) ছডিয়াম ক্লৰাইড
(গ) নাইট্ৰজেন অক্সাইড
উত্তৰ-(ক) ট্ৰাইক্লোৰোমিথেন
(৫) LED ৰ সম্পূৰ্ণ অৰ্থ কি?
(ক) Lighting Emitting Diode
(খ) Light Emit Diode
(গ) Light Emitting Diode
উত্তৰ- (গ) Light Emitting Diode
(৬) শ্ৰীমন্ত শংকৰদেৱৰ কোন চনত জন্ম হৈছিল?
(ক) ১৪৪৯
(খ) ১৪৩২
(গ) ১৩৫২
উত্তৰ- (ক) ১৪৪৯
(৭) নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল?
(ক) জেমছ চাডউইক
(খ) আইজেক নিউটন
(গ) এলবাৰ্ট আইনষ্টাইন
উত্তৰ-(ক) জেমছ চাডউইক
(৮) প্ৰথম অসমীয়া ছবি জয়মতি কিমান চনত মুক্তি পায়?
(ক) ১৯২২
(খ) ১৯৩৫
(গ) ১৯৩৮
উত্তৰ- (খ) ১৯৩৫
(৯) অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া উদযাপন কৰা হয়?
(ক) ১২ আগষ্ট
(খ) ৩০ আগষ্ট
(গ) ৩ ছেপ্টেম্বৰ
উত্তৰ-(গ)৩ ছেপ্টেম্বৰ
(১০) MS-Word কি?
(ক) এটা ইনপুট ডিভাইচ
(খ) এটা এপ্লিকেচন ছফ্টৱেৰ
(গ) এটা অপাৰেটিং চিষ্টেম
উত্তৰ- (খ) এটা এপ্লিকেচন ছফ্টৱেৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ