বাউলী মন-সুতীৰ্থ মাধৱ দত্ত

আপুনি  জানো আহিব ?
এই নিলাজ প্ৰেমিকৰ কাষলৈ !
সাগৰৰ বুকুৰ নীলিমা সাৱটি মোৰ ফাগুনৰ 
পলাসৰ ৰঙচুৱাত আবিৰ সানিবলৈ !
মনে কয় ফাগুনি পছোৱাৰ দৰে উন্মাদ হৈ আপোনাৰ কাষত থিয় হ'বলৈ !

মন যায়
অবুজ মনটিৰ চকুলো পাহৰি আপোনাৰ আৱেগত  বিলীন  হ'বলৈ!

✍️সুতীৰ্থ মাধৱ দত্ত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send