মা-দীপাজ্ঞলী চহৰিয়া

মমতাৰ অন্য নাম 'মা"
মা তুমি অনন্যা ৷
তোমাৰ গৰ্ভত জন্ম হৈ
তোমাৰ স্পৰ্শতে ডাঙৰ হ'লো ৷
তুমিয়েই মোক দিলা 
জীয়াই থকাৰ প্ৰেৰণা,
তুমিয়েই মোক শিকালা
ডাঙৰ মানুহ হোৱাৰ আশা 
মা তুমি সহনশীলা৷
মোৰ সুখত সুখী 
মোৰ দুখত দুখী হোৱা ,
একমাত্ৰ মানুহ জনীয়েই হ'ল
মোৰ 'মা"৷
মা তুমি অনন্যা ৷
তুমিয়েই মোৰ,
সাহস,প্ৰেৰণা আৰু উশাহ
মা তুমি অনন্যা৷

       ✍️দীপাজ্ঞলী চহৰিয়া 
            গাওঁ-বছাচুবা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send