মা তুমি অনন্যা ৷
তোমাৰ গৰ্ভত জন্ম হৈ
তোমাৰ স্পৰ্শতে ডাঙৰ হ'লো ৷
তুমিয়েই মোক দিলা
জীয়াই থকাৰ প্ৰেৰণা,
তুমিয়েই মোক শিকালা
ডাঙৰ মানুহ হোৱাৰ আশা
মা তুমি সহনশীলা৷
মোৰ সুখত সুখী
মোৰ দুখত দুখী হোৱা ,
একমাত্ৰ মানুহ জনীয়েই হ'ল
মোৰ 'মা"৷
মা তুমি অনন্যা ৷
তুমিয়েই মোৰ,
সাহস,প্ৰেৰণা আৰু উশাহ
মা তুমি অনন্যা৷
✍️দীপাজ্ঞলী চহৰিয়া
গাওঁ-বছাচুবা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ