৩ জুন- আজিৰ দিনটোৰ বিশেষত্ব

©Admin
0
৩ জুন (ইংৰাজী: 3 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৪তম (অধিবৰ্ষত ১৫৫তম) দিন। বছৰ শেষ হ'বলৈ ২১১ দিন বাকী থাকে।

১/ ১৭২৩ চনত অষ্ট্ৰিয়াৰ চিকিৎসক আৰু প্ৰকৃতিবিদ জিঅ'ভান্নি এণ্ট'নিঅ' স্কোপ'লিৰ জন্ম।(মৃত্যুঃ ১৭৮৮)

২/ ১৯০১ চনত মাৰাঠী কবি জি শংকৰ কুৰুপৰ জন্ম।

৩/ ১৯১৫ চনত ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক ‘নাইট’ উপাধি প্ৰদান কৰে।

৪/ ১৯৩৬ চনত অবিভক্ত ভাৰতৰ চিভিলিয়ান ৰেডিঅ'ৰ নাম পৰিৱৰ্তন কৰি অল ইণ্ডিয়া ৰেডিঅ' কৰা হৈছিল।

৫/ ১৯৪০ চনত চিংগাপুৰে ইংৰাজ শাসনৰ পৰা স্বাধীনতা লাভ কৰে।

৬/ ১৯৬৩ চনত তুৰ্কি কবি আৰু লেখক নাজিম হিকমতৰ মৃত্যু। (জন্ম: ১৯০২)

৭/ ১৯৭১ চনত সাহিত্যিক, শিক্ষাবিদ, প্ৰবন্ধকাৰ আৰু অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ মৃত্যু।

৮/ ১৯৭২ চনত প্ৰথম ৰণতৰী নীলগিৰি ৰাষ্ট্ৰৰ নামত উচৰ্গা।

৯/ ১৯৮৬ চনত স্পেইনৰ বিখ্যাত টেনিছ খেলুৱৈ ৰাফেল নাডালৰ জন্ম।

১০/ ১৯৯২ চনত জাৰ্মান ফুটবলাৰ, ২০১৪ চনৰ বিশ্বকাপ ফুটবল ফাইনেলৰ একমাত্ৰ গ'ল দাতা মাৰিঅ' গ'টজেৰ জন্ম।

১১/১৯৯৫ চনত মায়াৱতী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী   

১২/ ২০১৬ চনত বিশ্ব বিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলীৰ মৃত্যু। (মাৰ্কিন যুক্তৰাষ্ট্ৰ)। (জন্ম: ১৯৪২)

১৩/ বিশ্ব চাইকেল দিৱস।

১৪/ মন্টেনিগ্ৰোৰ স্বাধীনতা দিৱস 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)