আজি ২৭ জুন; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৭৮ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৮৭ দিন বাকী থাকে।বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানোঁ আহক-
* আজিৰ দিনটোতেই ১৮৮০ চনত বিখ্যাত আমেৰিকান লেখিকা হেলেন কেলাৰৰ জন্ম হৈছিল।
* আজিৰ দিনটোতেই ১৯৬৪ চনত জৱাহৰলাল নেহৰুৰ আনুষ্ঠানিক বাসভৱন "তিন মূৰ্তি ভৱন" নেহৰু স্মৃতিচাৰক সংগ্ৰহালয়লৈ পৰিৱৰ্তিত হয়।
* আজিৰ দিনটোতেই ১৯৯১ চনত সদ্যস্বাধীন শ্লোভেনিয়াত যুগোস্লাভিয়াৰ সেনাই আক্ৰমণ কৰে আৰু দহদিনীয়া যুদ্ধ আৰম্ভ হয়।
* ২০০৭ চনত দহবছৰীয়া প্ৰধানমন্ত্ৰীত্বৰ অৱসান ঘটাই ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰে পদত্যাগ কৰে।
* আজি ৰাষ্ট্ৰীয় পিয়াজ দিৱস।
* আজি এইচ-আই-ভি পৰীক্ষণ দিৱস।
Tags:
আজিৰ দিনটোৰ বিশেষত্ব