২২ জুন-আজিৰ দিনটোৰ ইতিহাস

Rinku Rajowar
0
২২ জুন (ইংৰাজী22 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৩তম (অধিবৰ্ষত ১৭৪তম) দিন। বছৰ শেষ হ'বলৈ ১৯২ দিন বাকী থাকে।

  • ১৮৪৪ - ইয়েল বিশ্ববিদ্যালয়ত ডেল্টা কাপ্পা এপচিলন চছাইটিৰ স্থাপন হয়।
  • ১৯০৬ - চুইডেনে নিজৰ পতাকা গ্ৰহণ কৰিছিল।
  • ১৯১১ - পঞ্চম জৰ্জক মুকুট পিন্ধোৱা হৈছিল।
  • ১৯৪১ - দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েত ৰাছিয়াক আক্ৰমণ কৰিছিল।
  • ১৯৩২ - অমৰীশ পুৰীৰ জন্ম হয় আজিৰ দিনটোতে , ভাৰতীয় অভিনেতা আৰু থিয়েটাৰ শিল্পী। (মৃত্যুঃ ১২/০৫/২০০৫)
  • ১৯৭৪ - বিজয় (অভিনেতা)ৰ জন্ম হৈছিল আজিৰ দিনটোতে, প্ৰকৃত নাম জোচেফ বিজয় চন্দ্ৰশেখৰ, এজন ভাৰতীয় তামিল ছবিৰ নায়ক।
  • ১৯৩৬ - মৰিছ্ শ্লিকৰ মৃত্যু হয় আজিৰ দিনটোতে , জাৰ্মান দাৰ্শনিক আৰু পদাৰ্থবিজ্ঞানী। (জ. ১৮৮২)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)