সন্মিলন অনুষ্ঠিত হৈছিল?
(ক) শিৱসাগৰ
(খ) যোৰহাট
(গ) কামৰূপ
উত্তৰঃ (ক) শিৱসাগৰ
▪️USB ৰ সম্পূৰ্ণ অৰ্থ কি?
(ক) Universal Serial Bus
(খ) Universal System Bus
(গ) United Sending Bus
উত্তৰঃ (ক) Universal Serial Bus
▪️অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) পদ্মনাথ গোহাঁই বৰুৱা
(গ) হেমচন্দ্ৰ গোস্বামী
উত্তৰঃ (খ) পদ্মনাথ গোহাঁই বৰুৱা
▪️ নিম্নলিখিত কোনখন গ্ৰন্থি নলীহীন?
(ক) অন্তঃস্ৰাৱী গ্ৰন্থি
(খ) পিটুইটাৰী গ্ৰন্থি
(গ) লালটি গ্ৰন্থি
উত্তৰঃ (ক) অন্তঃস্ৰাৱী গ্ৰন্থি
▪️অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা-
(ক) ৩ খন
(খ) ৫ খন
(গ) ৬খন
উত্তৰঃ (গ) ৬ খন
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ