সাধাৰণ জ্ঞান

©Admin
0
▪️কোনখন জিলাত অসম সাহিত্য সভাৰ প্ৰথম 
সন্মিলন অনুষ্ঠিত হৈছিল?

(ক) শিৱসাগৰ

(খ) যোৰহাট

(গ) কামৰূপ

উত্তৰঃ (ক) শিৱসাগৰ

▪️USB ৰ সম্পূৰ্ণ অৰ্থ কি?

(ক) Universal Serial Bus

(খ) Universal System Bus

(গ) United Sending Bus

উত্তৰঃ (ক) Universal Serial Bus

▪️অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) পদ্মনাথ গোহাঁই বৰুৱা

(গ) হেমচন্দ্ৰ গোস্বামী

উত্তৰঃ (খ) পদ্মনাথ গোহাঁই বৰুৱা

▪️ নিম্নলিখিত কোনখন গ্ৰন্থি নলীহীন?

(ক) অন্তঃস্ৰাৱী গ্ৰন্থি

(খ) পিটুইটাৰী গ্ৰন্থি

(গ) লালটি গ্ৰন্থি

উত্তৰঃ (ক) অন্তঃস্ৰাৱী গ্ৰন্থি

▪️অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা-

(ক) ৩ খন

(খ) ৫ খন

(গ) ৬খন

উত্তৰঃ (গ) ৬ খন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)