জীৱনৰ প্ৰথম লেখা প্ৰকাশৰ দিনটো-সাগৰিকা কছাৰী

মই গৌৰৱান্বিত অনুভৱ কৰিছিলো যে মই অসমীয়া সাহিত্যৰ চানেকিত মোৰ প্ৰথম চুটি গল্পটো  প্ৰকাশ কৰিছে । মোৰ প্ৰথম লিখনি প্ৰকাশ কৰাৰ বাবে অসমীয়া সাহিত্যৰ চানেকিৰ ওচৰত কৃতজ্ঞ।এইটোৱে মোক ভৱিষ্যতে অধিক লিখিবলৈ আৰু প্ৰকাশ কৰিবলৈ অনুপ্ৰাণিত কৰিব l 

✍🏻সাগৰিকা কছাৰী
 লোহাৰঘাট(মিৰ্জা) কামৰূপ-গ্ৰাম্য

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send