তাৰ সমন্ধীয় ভনীয়েকৰ বিয়া। আৰু মাজত দুটা দিন, উভৈনদী হৈছে পৰিয়ালৰ শতাধিক লোক বিয়াঘৰত। কোনে কি খাইছে, লৈছে ঠিকনা নাই? নিজৰ ভনীয়েকৰ বিয়া যেতিয়া বন্ধু বৰ্গটো আহিবই! আনন্দত উল্লাস, কামৰ ব্যস্ততাৰ মাজতো।
দিন আহিলত: কন্যা অৰ্থাৎ ভনীয়েকৰ দুখ, আন এখন ঘৰলৈ বোৱাৰী হৈ যাব। সকলোকে পুনৰ নতুনকৈ আদিৰ ল'ব লাগিব। আৰু অ'ত চিন্তা।ইফালে ভায়েকৰ আনন্দ ফূৰ্তি অপৰিসীম, নতুন ভিনীয়েক পাব। নতুন নতুন ছোৱালীৰ লগত চিনাকী হ'ব। পৰিচয় জানিলৈ ডেটিঙলৈ যাৱ, লং ড্ৰাইভ কৰিব, আৰু অ'ত মনৰ উদ্বিগ্নতা। আজিৰ সময়ত আপডেটেড্ হৈছে ন সকলো। লাল, বিয়েৰ, হুইস্কি ইত্যাদি সেৱন কৰিব। আৰু ক'ত ভায়েকৰ আমেজ ভৰা আকাশলংঘী কল্পনা। মাথোঁ কল্পনাত মগ্ন! বস্তুৱত জানোচা আপডেটেড্ হ'বলৈ পাৰিব, তাতেই মোৰ একমাত্র শংকা।
✍️চিন্ময় ডেকা, টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ