উত্তৰঃ সমুদ্ৰগুপ্ত ।
২. সংস্কৃত ভাষাত খোদিত ভাৰতৰ সবাতোকৈ প্ৰাচীনতম শিলালিপি কোনখন?
উত্তৰঃ শকৰজা ৰুদ্ৰদমনৰ জুনাগড় শিলালিপি ।
৩. মৌৰ্য আমোলৰ ৰূপৰ মুদ্ৰাক কি বুলি জনা যায়?
উত্তৰঃ কাৰ্শপান ।
৪. ভাৰতীয় মুদ্ৰাত শাসকৰ নাম আৰু ছবি খোদিত কৰি ছাব মাৰি দিয়াৰ ৰীতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
উত্তৰঃ গ্ৰীক ৰজা সকলৰ শাসনকালৰ পৰা।
৫. তামিল ভাষাৰ প্ৰাচীনতম ব্যাকৰণ বুলি কোনখন গ্ৰন্থক জনা যায়?
উত্তৰঃ তোলকপ্ৰিয়ম ।
৬. "বেদ" শব্দৰ অৰ্থ কি?
উত্তৰঃ 'বিদ' ধাতু ; যাৰ অৰ্থ হ'ল বিদ্যা বা জ্ঞান।
৭. কাশ্মীৰৰ ইতিহাসবিদ কলহনে এখন গ্ৰন্থ লিখিছিল যাৰ নামৰ অৰ্থ হ'ল ৰজাৰ নদী। এই গ্ৰন্থক ভাৰতৰ প্ৰথম ইতিহাস চেতনা সম্পন্ন গ্ৰন্থ বুলি কোৱা হয়। গ্ৰন্থখন কি?
উত্তৰঃ ৰাজতৰংগিনী ।
৮. ভাৰতলৈ অহা প্ৰথমজন চীনা তীৰ্থযাত্ৰী কোন?
উত্তৰঃ ফাহিয়েন।
৯. "বৰ্তমানৰ শাক্যমুনি" বুলি কাক কোৱা হয়?
উত্তৰঃ হিউৱেন চাং।
১০. সম্ৰাট অশোকক বৌদ্ধ ধৰ্মত দীক্ষিত কৰা সন্ন্যাসীজন কোন আছিল?
উত্তৰঃ উপগুপ্ত ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ