তুলসী, নিমৰ ৰসতো আছে বিজ্ঞান ।
চিমেণ্ট, ৰ'দ দি মাত্ৰ অট্টালিকা নহয়
বৰাচাউল, হাঁহকণীৰো
আছে সেই শক্তি
জিপিএছে মাথো ভৌগোলিক স্থান নিৰ্ণায়ক নহয় । সুৰুজো হ'ব পাৰে ইয়াৰ নিৰ্নায়ক ।
আধুনিক অৰ্থনীতিতে জগত নচলে,
কৌটিল্যইও দিছিল তাৰ সুৱাস ।
আমি এতিয়াৰ আধুনিক ক'লেই আধুনিক নহয়,অতীততো আছিল
আধুনিক ।
▪️ড° মৃদুল চন্দ্ৰ শৰ্মা
ই মেগাজিনৰ ভিতৰত এ উল্লেখযোগ্য স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে আন্তইকতা, একাগ্ৰতা আৰু শুদ্ধ বিবেচনাৰ ফলত । ধন্যবাদ ।
ReplyDeleteধন্যবাদ জনালোঁ
Delete