অতীতৰ বুকুতো আছিল বৰ্তমান-ড° মৃদুল চন্দ্ৰ শৰ্মা

Unknown
2
চালফিউৰিক, নাইট্ৰিক এচিদ ক'লেই বিজ্ঞান নহয়,
তুলসী, নিমৰ ৰসতো আছে বিজ্ঞান ।
চিমেণ্ট, ৰ'দ দি মাত্ৰ অট্টালিকা নহয় 
বৰাচাউল, হাঁহকণীৰো
আছে সেই শক্তি
জিপিএছে মাথো ভৌগোলিক স্থান নিৰ্ণায়ক নহয় । সুৰুজো হ'ব পাৰে ইয়াৰ নিৰ্নায়ক ।
আধুনিক অৰ্থনীতিতে জগত নচলে,
কৌটিল্যইও দিছিল তাৰ সুৱাস । 
আমি এতিয়াৰ আধুনিক ক'লেই আধুনিক নহয়,অতীততো আছিল
আধুনিক ।

▪️ড° মৃদুল চন্দ্ৰ শৰ্মা

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. ই মেগাজিনৰ ভিতৰত ‌‌‌এ উল্লেখযোগ্য স্থান লাভ কৰিবলৈ ‌‌‌‌‌‌সমৰ্থ হৈছে ‌‌‌‌‌‌‌আন্তইকতা, একাগ্ৰতা আৰু শুদ্ধ বিবেচনাৰ ফলত । ধন্যবাদ ।

    ReplyDelete
Post a Comment