১.প্ৰথম অসমীয়া ছনেট ?
উঃ হেমচন্দ্ৰ গোস্বামীৰ ৰচিত প্ৰিয়তমাৰ চিঠি।
২.অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল?
উঃ জেদ জেনছেন।
৩. মানৱ শৰীৰৰ সৰ্ববৃহৎ হাড়ডাল কি?
উঃ ফিমাৰ বা উৰ্বস্থি।
৪.আমাৰ দেহত কাৰ্ব'হাইড্ৰেট কি ৰূপত সঞ্চিত হয়?
উঃ গ্লাইক'জেন।
৫.পূৰ্ব চুইজাৰলেণ্ড বুলি কোনখন ৰাজ্যক জনা যায়?
উঃ নাগালেণ্ড।
৬.অসমৰ প্ৰথম প্ৰশিক্ষণ প্ৰাপ্ত বিমান চালক কোন আছিল?
উঃ মহানন্দ দাস।
৭.কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?
উঃ হাফলং ।
৮.নগাঁৱৰ পুৰণি নাম কি?
উঃ খাগৰিজান।
৯.অসমৰ কোনখন ঠাইক 'শ্বাস্বত প্ৰেমৰ নগৰী' বুলি জনা যায়?
উঃ তেজপুৰ।
১০.অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত?
উঃ উত্তৰ গুৱাহাটী।